Kahini Chikkappa (Assemese)
শিশু হওক বা প্রাপ্তবয়স্ক, আমি সকলোৱেই এটা ভাল কাহিনী ভাল পাওঁ। এতিয়া, আপুনি কাহিনীবিহীন এখন দেশৰ কথা কল্পনা কৰিব পাৰিবনে? যদি কোনো কাহিনী নাথাকিলহেঁতেন, তেন্তে জীৱনটো কেনেধৰণে বেলেগ হ'লহেঁতেন? আপুনি আটাইতকৈ বেছিকৈ কিহৰ অভাৱ অনুভৱ কৰিলেহেঁতেন? কাহিনী চিকাপ্পা হৈছে কিছুমান অদ্ভুত পৰিস্থিতি আৰু স্মৰণীয় চৰিত্ৰৰে ভৰা এটা মৰম লগা কাহিনী, যিয়ে আপোনাক কাহিনীবিহীন এখন দেশ কেনেকৈ কাহিনীৰে ভৰপূৰ এখন দেশলৈ ৰূপান্তৰিত হ'ল, সেই যাত্ৰাটোৰ মাজেৰে লৈ যাব।
Variants (1)
- Default Title — 70.00 INR — In stock
AI Readiness
Good foundation, but some important product data is still missing.
86%